Перейти к содержимому

দ্য কনক্লেভ ২০২৬ত আঞ্চলিক ভাষাৰ ভৱিষ্যৎ বিষয়ত আলোচনা

Pratidin Time

0:00 / 0:00

দ্য কনক্লেভ ২০২৬ত আঞ্চলিক ভাষাৰ ভৱিষ্যৎ বিষয়ত আলোচনা

563 просмотра · 1 день назад
Pratidin Time
2,67 млн подписчиков
563 просмотра · 1 день назад
দ্য কনক্লেভ ২০২৬ত আঞ্চলিক ভাষাৰ ভৱিষ্যৎ বিষয়ত আলোচনা। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই আঁত ধৰা আলোচনাসত্রত অংশগ্ৰহণ কৰে লেখক-গৱেষক পেইম থী গোহাঁই, মুম্বাইৰ IIPSৰ অধ্যাপক ড০ নন্দিয়া শইকীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সত্যকাম বৰঠাকুৰে। মূলতঃ অসমৰ আঞ্চলিক ভাষাৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যত সন্দৰ্ভত অনুষ্ঠিত হয় এই আলোচনা। #PratidinTime #TheConclave2026 #PratidinConclave #Pratidinmedianetwork