গোলাঘাট জিলাৰ জনপ্ৰিয় ওজা জয়ন্ত কোঁৱৰৰ সৈতে এখন্তেক ।
Santi সংস্কৃতি
0:00 / 0:00
গোলাঘাট জিলাৰ জনপ্ৰিয় ওজা জয়ন্ত কোঁৱৰৰ সৈতে এখন্তেক ।
12 094 просмотра · 5 лет назад
Santi সংস্কৃতি
7,75 тыс. подписчиков
12 094 просмотра · 5 лет назад
সকলোলৈকে নমস্কাৰ জনাই আপোনালোকৰ মাজলৈ গোলাঘাট জিলাৰ জাপিসজীয়াৰ যোগীবাৰী অঞ্চলৰ জনপ্ৰিয় ঢোলৰ ওজা জয়ন্ত কোঁৱৰ ডাঙৰীয়াৰ ওজা হাতৰ লগতে বিহুনাম দিহা নাম আৰু তেওঁৰ জীৱনৰ বহুত ভাল লগা কথা নজনা কথা এই videoটিৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ায় দিছো।
আশা কৰিছো সকলোৱে video টি মৰমেৰে আদৰি লব।
আমাৰ videoটিত camera কৰিছে নৱজ্যোতি বৰা আৰু কংকণ জ্যোতি ফুকন।
আৰু বিশেষ ভাবে ধন্যবাদ জনাইছো জুৰি দত্ত শইকীয়া আৰু ৰনি হাজৰিকা।
শেষত video টিত ৰৈ যোৱা ভূল বোৰ শুধৰাইদি আমাক আগবঢ়ি যোৱাত উতসাহ দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ 🙏।