ডাক্তৰ নহয় তেওঁ! তথাপিও জুবিনে কিয় মাতিছিল “আয়ুৰ্বেদিক ডাক্টৰ”?
Simply Biju
0:00 / 0:00
ডাক্তৰ নহয় তেওঁ! তথাপিও জুবিনে কিয় মাতিছিল “আয়ুৰ্বেদিক ডাক্টৰ”?
2 248 просмотров · 22 часа назад
Simply Biju
12,1 тыс. подписчиков
2 248 просмотров · 22 часа назад
ডাক্তৰ নহয় তেওঁ—তথাপিও জুবিন গাৰ্গে কিয় তেওঁক “আয়ুৰ্বেদিক ডাক্টৰ” বুলি মাতিছিল?
মানস ভাগৱতীৰ মতে জুবিন গাৰ্গ কেনে মানুহ আছিল? জুবিনৰ সৈতে তেওঁৰ সম্পৰ্ক, “আয়ুৰ্বেদিক ডাক্টৰ” বুলি কোৱাৰ আঁৰৰ কথা আৰু জুবিন গাৰ্গৰ ব্যক্তিত্বৰ এক বিশেষ দিশ এই ভিডিঅ’টোত আলোচনা কৰা হৈছে।
জুবিন গাৰ্গক কেৱল এজন গায়ক হিচাপে নহয়, অসমৰ সাংস্কৃতিক জীৱনত বহুমুখী অৱদান ৰখা এগৰাকী শিল্পী হিচাপেও বহুতে স্মৰণ কৰে।
ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত Commentত জনাওক।
ভিডিঅ’টো ভাল লাগিলে Like 👍 Share 🔄 আৰু Channelটো Subscribe 🔔 কৰিবলৈ নাপাহৰিব।