Перейти к содержимому

এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস , M-Seal ৰে পেঁপা নির্মাণ কৰি উপার্জন কৰিলে ৫২ হাজাৰ টকা || KUHIPAAT

HUHURI

0:00 / 0:00

এজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস , M-Seal ৰে পেঁপা নির্মাণ কৰি উপার্জন কৰিলে ৫২ হাজাৰ টকা || KUHIPAAT

44 329 просмотров · 3 года назад
HUHURI
2,39 тыс. подписчиков
44 329 просмотров · 3 года назад
অসমীয়া কৃষ্টি-সংস্কৃতিৰ মুকুতাস্বৰূপ ৰঙালী বিহুৰ অন্য এক অবিচ্ছেদ্য অংগ হৈছে পেঁপা। ঢোল পেঁপা গগনা আদি থলুৱা বাদ্যঃসমূহৰ লগত জড়িত হৈ আছে প্ৰতিজন স্বাভিমানি অসমীয়াৰ আৱেগ আৰু পেঁপা বুলি ক'লেই হয়টো আপোনাৰ-মোৰ মনলৈ ভাঁহি আহে এটা আটক ধুনীয়া মহৰ শিঙৰ পেঁপা , কিন্তু আপোনাৰ-মোতকৈ কিছু পৃথক দুলীয়াজান ভাদৈ পাঁচআলিৰ যুৱক হিতেশ গগৈ ।সচৰাচৰ আমি দেখি অহা মহৰ শিঙৰ পেঁপাৰ বিপৰীতে তেওঁ M-sealৰে প্ৰস্তুত কৰিছে একো একোটা সুন্দৰ পেঁপা আৰু ইতিমধ্যেই তেওঁ বনোৱা এই পেঁপাসমূহ অসমৰ বিভিন্ন ঠাইৰ বিহুৱাসকলে আদৰি লৈছে । এটা মাহত তেওঁ M-sealৰে প্ৰস্তুত কৰা এই পেঁপাসমূহ বিক্ৰী কৰি উপাৰ্জন কৰিছে প্ৰায় ৫২ হাজাৰ টকা । HITESH GOGOI Contact : 6000756424 KUHIPAAT (ASHIM BORAH) Contact : 8011160255 Follow us on Facebook : https://www.facebook.com/profile.php?... Follow us on Instagram : https://instagram.com/_kuhipaat?igshi...