ভুৱা ফটোৰে গৌৰৱৰ বিৰুদ্ধে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ; টুপাই বুৰ মাৰিছে অসম আৰক্ষীয়ে!
NorthEast Now
0:00 / 0:00
ভুৱা ফটোৰে গৌৰৱৰ বিৰুদ্ধে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ; টুপাই বুৰ মাৰিছে অসম আৰক্ষীয়ে!
236 896 просмотров · 1 год назад
NorthEast Now
468 тыс. подписчиков
236 896 просмотров · 1 год назад
⏭️ভুৱা ফটোৰে গৌৰৱৰ বিৰুদ্ধে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ!
⏭️বিৰোধীৰ নেতা বা সাধাৰণ জনতাই ভুৱা খবৰ বিয়পোৱাৰ বিৰুদ্ধে শেনৰ এজাত অসম আৰক্ষী!
⏭️মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ক্ষেত্ৰত কিন্তু চকু মুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে অসম আৰক্ষী!
⏭️এতিয়া টুপাই বুৰ মাৰিছে আৰক্ষীয়ে!
মুখ্য মন্ত্ৰীৰ দৰে পদত থাকিও এডিটেড ফটোৰে অপ প্ৰচাৰ চলাই অথচ নিশ্চুপ অসমৰ সংবাদ মাধ্যম!
⏭️কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা এগৰাকীয়ে অসমত আহি দুই-তিনিখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনি আছে।
⏭️যিটো বহুলভাৱে মূল সুঁতিৰ কোনো সংবাদ মাধ্যমতে প্ৰচাৰ হোৱা দেখা নাই।
⏭️লুকুৱাব বিচৰা সত্যৰে আমাৰ এই বিশেষ প্ৰতিবেদন!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now