Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE |Part 1 #pratidintimelive

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE |Part 1 #pratidintimelive

100 307 просмотров · Трансляция закончилась 1 год назад
Pratidin Time
2,67 млн подписчиков
100 307 просмотров · Трансляция закончилась 1 год назад
প্রথমে মন্ত্রী পত্নীৰ ৰাজসাহায্য তাৰপিছত মন্ত্রীয়ে উলিয়ালে গীৰ গাই গীৰ গাইৰ পিছত আহিল গৰুখুঁটিৰ গৰু গৰুখুঁটিৰ গৰুৰ পিছত আহিল ‘গৰুচোৰ কোন’? এতিয়া গৰুৰ কোৰবানি আৰু গৰু খোৱাৰ প্রসংগ এয়া ইছ্যু ডাইভাৰ্ট কৰাৰ খেল নে আন কিবা? ধুবুৰীত একেদিনাই ১,৪৫০টা গৰু কোৰবানি মুখ্যমন্ত্রীৰ মতে গোটেইখিনিয়েই চুৰি গৰু ধুবুৰীত কেনেকৈ ইমান বুজন সংখ্যক চুৰি গৰুৰ কোৰবানি হৈছিল? কাৰ ছত্রছায়াত এই জঘন্য কাণ্ড সংঘটিত হৈছিল? ৰকিবুল হুছেইন ধুবুৰীৰ সাংসদ হোৱাৰ পিছত কিয় অসহায় হৈছে প্রশাসন? আজি উত্তৰ দিব লাগিব ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE |Part 1#pratidintimelive