আমাৰ ইয়াৰ দুৰ্গা পূজা ❤️🔥 | Durga Puja Vlog 2026 | #JyoAssamVlogs ||
JyoAssamVlogs
0:00 / 0:00
আমাৰ ইয়াৰ দুৰ্গা পূজা ❤️🔥 | Durga Puja Vlog 2026 | #JyoAssamVlogs ||
40 просмотров · 12 дн. назад
JyoAssamVlogs
55 подписчиков
40 просмотров · 12 дн. назад
🙏❤️ আমাৰ ইয়াৰ দুৰ্গা পূজা ২০২৬ ❤️🙏
নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল! ❤️ আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ইয়াৰ দুৰ্গা পূজাৰ এটা ধুনীয়া Vlog। ✨🥰
এই ভিডিঅ'টোত আপোনালোকে আমাৰ ইয়াৰ দুৰ্গা পূজাৰ পৰিৱেশ, ধুনীয়া লাইটিং, মানুহৰ ভিৰ আৰু পূজাৰ আনন্দ উপভোগ কৰিবলৈ পাব। 🎉❤️
ভিডিঅ'টো ভাল লাগিলে Like 👍, Comment 💬, Share 📲 আৰু মোৰ YouTube Channel JyoAssamVlogs Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু সহায়েই মোৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণা। ❤️🙏
ধন্যবাদ ❤️ জয় আই অসম! 🙏
#DurgaPuja2026 #AssamVlog #JyoAssamVlogs #DurgaPujaVlog