Перейти к содержимому

Kaar Gaanot

Srimanta Hazarika Music Rhythm

0:00 / 0:00

Kaar Gaanot

4 105 просмотров · 6 дней назад
Srimanta Hazarika Music Rhythm
167 подписчиков
4 105 просмотров · 6 дней назад
Kar Gaanot — A Tribute to Zubeen Da “Kar Gaanot” | Srimanta Prasad Hazarika | "কাৰ গানত" -জুবিনদালৈ একাজলি শ্ৰদ্ধাঞ্জলি সাগৰে আমাৰ হিয়াৰ আমঠুক কাঢ়ি নিয়াৰ পাছৰে পৰা এটাই প্ৰশ্ন বুকুত বাজি থাকে— “কাৰ গানত আহিব ব’হাগ? কাৰ গানত জাগিব সমাজ?” জুবিনদা, তোমাক হেৰুৱাৰ বেদনা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ সকলোৰে হৃদয়ত তোমাৰ বাবে সদায় থাকিব এখন আছুতীয়া আসন। জুবিনদাৰ গান, আদৰ্শ আৰু স্মৃতিক সাৰথি কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই মোৰ নৱতম সৃষ্টি ‘কাৰ গানত’। আশাকৰো সকলোৱে আকোৱালি লব। কণ্ঠ, কথা, সুৰ আৰু সংগীত ৰচনা: শ্ৰীমন্ত প্ৰসাদ হাজৰিকা সংগীত: তৰালি শৰ্মা সহঃ সুৰকাৰ: ৰূপম জ্যোতি কলিতা সংগীত ব্যৱস্থাপনা: অভিনৱ বৰা ৰেকৰ্ডিং, মিক্সিং, মাষ্টাৰিং: জিণ্টু বৰদলৈ, ড্ৰিমছ ষ্টুডিঅ’ জুবিনদালৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। তুমি সদায় জীয়াই থাকিবা আমাৰ বুকুৰ মাজত। কৃতজ্ঞতা: মণ্টু গোহাঁই, যোগেন হাজৰিকা, মৃদুল বৰুৱা, ভানু হাজৰিকা, গীতাঞ্জলি বৰুৱা, মীনাক্ষী বৰুৱা, সোণমণি শৰ্মা, বিমল চন্দ্ৰ গগৈ, সত্যম বৰা, ড° প্ৰদীপ বড়া , নিলোৎপল বৰা মানস, শাশ্বত, শশাংক, মৃদুস্মিতা ফুকন, মিঠু বৰঠাকুৰ আৰু বাগ্মিতা.... Kar Gaanot — A Tribute to Zubeen Da “Kar Gaanot” — A Tribute to Zubeen Da Ever since the ocean took away our beloved Zubeen Da, there is one question that keeps echoing in our hearts— “Whose song will bring Bohag? Whose song will awaken the society?” Zubeen Da, words can never express the pain of losing you. You will always have a special place in the hearts of all of us. Inspired by your songs, your ideals and the memories you left behind, I dedicate my latest creation, “Kar Gaanot,” as a humble tribute to you. I hope you all will embrace this song with the same love and warmth that we have always shared for Zubeen Da. Vocals, Lyrics, Composition & Music: Srimanta Prasad Hazarika Music: Tarali Sarma Co-Composer: Rupam Jyoti Kalita Music Arrangement: Abhinav Bora Recording, Mixing & Mastering: Jintu Bordoloi, Dreams Studio With tears in our eyes and love in our hearts, a humble tribute to Zubeen Da. You will forever live on in our hearts, through your songs and your memories. Spicial Thanks : Sonmoni Sarmah