চীনে অৰুণাচলৰ ভূমি দখল কৰাৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব জনতা।
Pratidin Time
0:00 / 0:00
চীনে অৰুণাচলৰ ভূমি দখল কৰাৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব জনতা।
8 891 просмотр · 2 дн. назад
Pratidin Time
2,67 млн подписчиков
8 891 просмотр · 2 дн. назад
কেৱল বৃহৎ নদীবান্ধৰ বিৰুদ্ধেই নহয়, চীনে অৰুণাচলৰ ভূমি দখল কৰাৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব জনতা। টাকচিন অঞ্চলৰ ভূমি দখল কৰাক লৈ চৰকাৰক জবাবদিহি কৰিব লাগিব। এই মন্তব্যৰে অহা ৮ নৱেম্বৰত ৰাজহুৱা সভাৰ আহ্বান। লগতে বিভিন্ন দল-সংগঠনে চিয়াঙৰ প্ৰস্তাৱিত নদীবান্ধৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহিছে। তাৰ মাজতে আলোচনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে।
#PratidinTime #AssamNews #arunachalpradesh