১৯৭৭ চনতে হলীউডত নিৰ্মাণ কৰা হৈছিল ‘ষ্টাৰ বাৰ্ছ’ নামৰ এখন চিনেমা
Pratidin Time
0:00 / 0:00
১৯৭৭ চনতে হলীউডত নিৰ্মাণ কৰা হৈছিল ‘ষ্টাৰ বাৰ্ছ’ নামৰ এখন চিনেমা
1 313 просмотров · 10 часов назад
Pratidin Time
2,66 млн подписчиков
1 313 просмотров · 10 часов назад
১৯৭৭ চনতে হলীউডত নিৰ্মাণ কৰা হৈছিল ‘ষ্টাৰ বাৰ্ছ’ নামৰ এখন চিনেমা। মহাকাশত যুদ্ধ সম্পৰ্কীয় চিনেমাখনে বিপুল জনপ্রিয়তা লাভ কৰাৰ পিছত চিনেমাখনৰ কেইবাখনো ছিকুৱেল, টেলিভিছন ছিৰিজ আৰু অসংখ্য ভিডিঅ’ তথা কম্পিউটাৰ গেম নিৰ্মাণ কৰা হৈছে। পিছে সেই কাল্পনিক চিনেমাৰেই অৱশেষত বাস্তৱ ৰূপ দিছে আমেৰিকাই। দেশখনে স্বীকাৰ কৰিছে মহাকাশৰ কক্ষপথত স্থাপন কৰা আছে অস্ত্র।
#pratidintime #hollywood #mars