Перейти к содержимому

গুৱাহাটীত কৃত্ৰিম বান এতিয়া এক চিৰাচৰিত ঘটনা

NKTV PLUS

0:00 / 0:00

গুৱাহাটীত কৃত্ৰিম বান এতিয়া এক চিৰাচৰিত ঘটনা

2 952 просмотра · 8 часов назад
NKTV PLUS
826 тыс. подписчиков
2 952 просмотра · 8 часов назад
▶️ গুৱাহাটীলৈ ফুৰিবলৈ অহা, চিকিত্সাৰ বাবে অহা, হেড অফিচলৈ অহা, মেলে মিটিঙে অহা, ৰাজনীতি কৰিবলৈ অহা, দুৰ্নীতি কৰিবলৈ অহা প্ৰতিজন মানুহে এবাৰ হলেও অহাৰ আগেয়ে আজিকালি খবৰ লয়, বৰষুণ দিছে নেকি, পানী হৈছে নেকি! গুৱাহাটীত বাস কৰা মানুহবোৰে শোৱা পাটী এৰিয়েই চোতাল অথবা বাটলৈ চায়, আকৌ বুৰিলেই নেকি। কাৰণ গুৱাহাটীত কৃত্ৰিম বান এতিয়া এক চিৰাচৰিত ঘটনা।