Перейти к содержимому

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Pratidin Time

0:00 / 0:00

মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

59 405 просмотров · 2 года назад
Pratidin Time
2,66 млн подписчиков
59 405 просмотров · 2 года назад
দেশজুৰি আঞ্চলিক শক্তিৰ উত্থান NDA চৰকাৰ গঠনত চন্দ্রবাবু নাইডুৰ দৃঢ় স্থিতি শক্তিশালী ভূমিকাত বিহাৰৰ নীতিশ কুমাৰৰ JD(U) মহাৰাষ্ট্রত মাৰাঠী জাতীয়তাবাদ ধৰি ৰাখিছে উদ্ধৱ থাকৰেই পশ্চিমবংগত BJPৰ দৰ্পচূৰ্ণ কৰিছে মমতা বেনাৰ্জীয়ে তামিলনাডুত DMKৰ ওচৰত আজিও নতশিৰ ৰাষ্ট্রীয় দল চুবুৰীয়া মেঘালয়, নাগালেণ্ড, মিজোৰামতো শক্তিশাৰী স্থিতিত আঞ্চলিক শক্তি কিন্তু অসমত আজি ৰাষ্ট্রীয় দলৰ কৃপাত আঞ্চলিকতাবাদৰ ভৱিষ্যৎ এনে আঞ্চলিকতাবাদে অসম আৰু অসমীয়াৰ কি উপকাৰ কৰিব? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ #pratidintime #Abhimat #assam