Перейти к содержимому

সত্যেন্দ্ৰ পাঠকক কিছু সুস্থ হোৱাত আজি লৈ যোৱা হ’ল বৰপেটাৰ বাসগৃহলৈ

Pratidin Time

0:00 / 0:00

সত্যেন্দ্ৰ পাঠকক কিছু সুস্থ হোৱাত আজি লৈ যোৱা হ’ল বৰপেটাৰ বাসগৃহলৈ

3 152 просмотра · 6 ч назад
Pratidin Time
2,67 млн подписчиков
3 152 просмотра · 6 ч назад
পূৰ্ব পৰিকল্পনা অনুসৰিয়েই ২৬ অক্টোবৰত হোটেল বিলাস ইনত হত্যালীলা চলাইছিল ঘাতক ঘনকান্ত গগৈয়ে। ঘটনাৰ একমাত্ৰ সাক্ষী সত্যেন্দ্ৰ পাঠকে কৰিছে এই বিস্ফোৰক মন্তব্য। গুলীবিদ্ধ হৈ GMCHত চিকিৎসাধীন হোৱা সত্যেন্দ্ৰ পাঠকক কিছু সুস্থ হোৱাত আজি লৈ যোৱা হ’ল বৰপেটাৰ বাসগৃহলৈ। নিজ বাসগৃহত উপস্থিত হৈয়ে সাংবাদিকৰ আগত ঘটনাৰ সবিশেষ বিবৰি ক’লে ভূদেৱ ভৰালীৰ চালকজনে। ইফালে AMCHত আজি সম্পন্ন হ’ল ঘাতল ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা। #Pratidintime #Barpeta #assam