Перейти к содержимому

গল্ডী দা... প্ৰাণৰ শিল্পীজন II Manmoromi Mahanta With Ritrisha Sharma Uncut Talks

Anuranan Hridoyor Spondon

0:00 / 0:00

গল্ডী দা... প্ৰাণৰ শিল্পীজন II Manmoromi Mahanta With Ritrisha Sharma Uncut Talks

10 262 просмотра · 2 мес. назад
Anuranan Hridoyor Spondon
3,34 тыс. подписчиков
10 262 просмотра · 2 мес. назад
#anuronon #anuronondigital #ritrishasharma ‪@RitrishaSarmah‬ শিল্পী আৰু দৰ্শকৰ মাজৰ সেতু হৈছে, মঞ্চখন। শিল্পীৰ কণ্ঠৰ গীতে, আপ্লুত কৰে শ্ৰোতা দৰ্শকক। অতীজৰ পৰা বৰ্তমানলৈকে সেই মঞ্চখনতেই সৃষ্টি হ'ল, একো একোটি সুন্দৰ পৰিবেশ। গান শুনি, আপ্লুত হয় সকলো। মঞ্চৰ শিল্পীজনলৈ বাট চাই ৰয় আকুলতাৰে। সেইজন "হিয়াৰ আমঠু প্ৰাণৰ শিল্পী" সংগীত শিল্পী ঋতৃষা শৰ্মাৰ মনৰ অনুভৱেৰে এইবাৰৰ অনুৰণন। মনমৰমী মহন্তৰ সৈতে। Anchor : Manmoromi Mahanta Editing : Sourav Jyoti Bhuyan GFX:Sourav Jyoti Bhuyan