Перейти к содержимому

মাছৰ কুপটা ৰেচিপি | Masor Kupta Recipe in Assamese | Fish Kofta Curry Recipe | Rohu Fish Kofta

Julfa Siddika cooking

0:00 / 0:00

মাছৰ কুপটা ৰেচিপি | Masor Kupta Recipe in Assamese | Fish Kofta Curry Recipe | Rohu Fish Kofta

54 просмотра · 5 дн. назад
Julfa Siddika cooking
112 подписчиков
54 просмотра · 5 дн. назад
মাছৰ কুপটা ৰেচিপি 🐟 | Masor Kupta Curry Recipe in Assamese | Tasty Fish Kofta নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজিৰ ভিডিঅ’টোত মই ঘৰত থকা ৰৌ মাছেৰে একেবাৰে নৰম, তুলতুলীয়া আৰু জুতি লগা মাছৰ কুপটা / Fish Kofta Curry কেনেকৈ বনাব পাৰি তাক দেখুৱাইছো। ভাতৰ লগত খাবলৈ বৰ ধুনীয়া লাগে। ভিডিঅ’টো ভাল লাগিলে Like, Comment আৰু Subscribe কৰিবলৈ নাপাহৰিব 🙏 ▼ সামগ্ৰী (Ingredients) ▼ কুপটা বনাবলৈ: ৰৌ মাছ - 500 gm পিয়াজ - 1 টা (মিহিকৈ কটা) নহৰু-আদা বটা - 1 চামুচ জলকীয়া - 2 টা নিমখ - স্বাদ অনুসৰি হালধি - 1/2 চামুচ কনফ্ললৰ ২চামুচ (বান্ধোনৰ বাবে) ৰিফাইন তেল - ভাজিবলৈ জিৰা গুৰি, ধনীয়া গুৰি, পাচ-পূৰন মচলা 📩 Business: julfasiddika32@gmail.com #masorkupta #fishkofta #assameserecipe #assamesefood #julfasiddikacooking