মৃণাল তালুকদাৰৰ সৈতে ‘জনমত’|Part 4 #PratidinTimeLIVE
Pratidin Time
0:00 / 0:00
মৃণাল তালুকদাৰৰ সৈতে ‘জনমত’|Part 4 #PratidinTimeLIVE
4 959 просмотров · Трансляция закончилась 7 мес. назад
Pratidin Time
2,67 млн подписчиков
4 959 просмотров · Трансляция закончилась 7 мес. назад
বিজেপিৰ লক্ষ্য প্রত্যেক বুথতে ৫০% ভোট
বিজেপি সভাপতি নীতিন নবীনে বান্ধিলে লক্ষ্য
বিজেপিয়ে উঠি পৰি লাগিছে লক্ষ্য পূৰণ কৰিবলৈ
বিজেপিৰ Category Aত-91টা সমষ্টি
কংগ্রেছৰ Category Aত-29টা সমষ্টি
প্রিয়ংকা গান্ধীৰ পুৱা-ৰাতিলৈ মন্ত্রনা
বিৰোধী ঐক্য এতিয়াও বহু বাকী
বিজেপিয়ে কংগ্রেছক মুছলমান সমষ্টিতে বন্ধাৰ লক্ষ্য
নিৰ্বাচনী উত্তাপ দিনক দিনে বাঢ়িছে
ভূপেন বৰাৰ শ্ব’কৰ পৰা কংগ্রেছ উঠিব পাৰিবনে?
মিত্রতা নিমিলা অংক, জৰ্জৰিত বিৰোধী
বিৰোধী বিৰক্ত কংগ্রেছক লৈ
শেষবাৰৰ বাবে ৰাইজৰ দলে কংগ্রেছক দিছে চিঠি
কংগ্রেছে দি আছে মিত্রতাৰ টোপ
মৃণাল তালুকদাৰৰ সৈতে ‘জনমত’|Part 4 #PratidinTimeLIVE