কথা, সুৰ- ৰূপক মজুমদাৰ ; কণ্ঠ -হিৰণ মজুমদাৰ , সহযোগী-নিৰ্মালি দেৱী বৰা #দিহানাম
rupak mazumdar
0:00 / 0:00
কথা, সুৰ- ৰূপক মজুমদাৰ ; কণ্ঠ -হিৰণ মজুমদাৰ , সহযোগী-নিৰ্মালি দেৱী বৰা #দিহানাম
12 868 просмотров · 8 дн. назад
rupak mazumdar
338 подписчиков
12 868 просмотров · 8 дн. назад
শঙ্কৰী সংস্কৃতিৰ উচ্চাঙ্গ সঙ্গীত দিহা নামৰ গুৰু, দেৱ,নাম,ভকত এই চাৰি সাৰ তত্বৰ এইয়া 'ভকত' ৰ তাত্বিকতাৰে দিহা নামৰ মোৰ দ্বিতীয় বিনম্ৰ প্ৰয়াস মাথোন 🙏 সকলোৱে সম্পূৰ্ণ শুনিহে মন্তব্য কৰি ভাল লাগিলে share কৰে যেন 🙏
মোৰ পৰিবাৰ হিৰণ মজুমদাৰৰ ষ্টুডিঅ'ত বাণীবন্ধনৰ প্ৰথম অভিজ্ঞতা । আধ্যাত্মিক ভাৱধাৰাৰ প্ৰতি আমাৰ দুয়োৰে থকা গভীৰ আসক্তিয়ে আহি পৰিছোঁ দিহা নামৰ স্বকীয় বৈশিষ্ট্য বিষয় বস্তু , সুৰ , পৰিবেশন আদিৰ মাজেৰে অক্ষুণ্ণ ৰখাৰ বাবে । বৰ্ত্তমান দেখা গৈছে - জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গৈ দিহা নামৰ বিষয় বস্তুৰ গভীৰতা , সুৰ , ভক্তি ভাব প্ৰদৰ্শন নেওচি টোকাৰী গীত , লোকগীত আদিৰ সুৰেৰে দিহা-নাম বুলি গাই মাধ্যমত প্ৰচাৰ কৰিব লৈছে । দিহা নামৰ পবিত্ৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি এনে টুলুঙা গীত-মাতবোৰৰ প্ৰতিবাদ কৰে যেন 🙏
Lyrics ,tune -Rupak Mazumdar
Vocal- Hiran Mazumdar
Nirmali Devi Borah
Recording- Dynasty Studio , Nagaon
GFX - Sangeet Bhardwaj.
All rights are preserved by R.M.PRODUCTIONS
CONTACT NO. -9101066169