Перейти к содержимому

ডাঙৰ মানুহ নহ'লো কোনোদিন || Dangor Manuh Noholu Kunudin || Assamese Rock Ballad

AxomiyaBeatLab

0:00 / 0:00

ডাঙৰ মানুহ নহ'লো কোনোদিন || Dangor Manuh Noholu Kunudin || Assamese Rock Ballad

13 140 просмотров · 3 мес. назад
AxomiyaBeatLab
375 подписчиков
13 140 просмотров · 3 мес. назад
Dangor Manuh Noholu Kunudin – Assamese Rock Ballad. If you love Assamese emotional songs, this song is for you. Song Credits: Lyrics: Dipti Duarah আগলি কলাপাত লৰে চৰে ল'ৰালিৰ দিন বোৰ মনত পৰে পূবৰ আকাশত দিয়ে ধলফাট দূৰণিত শুনো কুকুৰাৰ ডাক কপালতে লাগে মাৰ মৰমৰে হাত চেনেহৰ মিঠা মাত উঠিবৰ হ'ল চোন শুনিছনে শুন লগৰ লগৰীয়াই চিঞৰি পঢ়িছে চুবুৰী উখল মাখল ধাৰি-পাতি এৰিবৰ হ'ল এলাহো নিহালি থ' ফলি-পুথি উলিয়াই ল' নিজৰে ভৰিতে নিজে থিয় দি ডাঙৰ মানুহ হ'।। আই মই চিঞৰি পঢ়িলো মন দি কাম-কাজ শিকিলো আধা গ'ল জীৱনৰ দিন চুঁচৰি -বাগৰি বিচাৰি বিচাৰি থিয় হ'ব পৰা নাপালো ভৰিৰে চিন ডাঙৰ মানুহ নহ'লো কোনোদিন পঢ়াশালিত গৈ শিকিলো অনেক চকুতে আঙুলি থৈ জীৱনৰ পাঠশালাত ঠেকিলো অনেক জীয়া জীৱনতে ৰৈ য'তে ভৰি পৰে তাতে খহি পৰে সাগৰ সিঁচিলেও মানিক নোলাই চকুৰ পানীবোৰ চকুতে শুকাই সাগৰ সিঁচিলেও মানিক নোলাই চকুৰ পানীবোৰ চকুতে শুকাই আই মই চিঞৰি পঢ়িলো মন দি কাম-কাজ শিকিলো আধা গ'ল জীৱনৰ দিন চুঁচৰি -বাগৰি বিচাৰি বিচাৰি থিয় হ'ব পৰা নাপালো ভৰিৰে চিন ডাঙৰ মানুহ নহ'লো কোনোদিন কিতাপৰ কথাবোৰ জীৱনত নাখাটে জীৱনৰ কথাবোৰ কিতাপত নাথাকে জাপ-জাপ কিতাপ লুটিয়াই পাতে-পাতে মগজ ঘোলা কৰি পানী খালো ঘোটা-ঘোটে আই মই চিঞৰি পঢ়িলো মন দি কাম-কাজ শিকিলো আধা গ'ল জীৱনৰ দিন চুঁচৰি -বাগৰি বিচাৰি বিচাৰি থিয় হ'ব পৰা নাপালো ভৰিৰে চিন ডাঙৰ মানুহ নহ'লো কোনোদিন #AssameseSong #AssameseSadSong #RabindraSangeet #AssameseMusic #NewAssameseSong #Assamese classical song #Assamese Romantic song #Assamese Disco song #Assamese Party song #Emotional Assamese song Please support Assamese music 🙏 Like | Comment | Share | Subscribe Copyright of the lyrics is reserved by the Lyricist.