Перейти к содержимому

সংগীত, অনুষ্ঠান ব্যৱস্থাপনা আৰু অর্থনীতিৰ সম্পর্কক লৈ অনুষ্ঠিত আলোচনাসত্ৰ

Pratidin Time

0:00 / 0:00

সংগীত, অনুষ্ঠান ব্যৱস্থাপনা আৰু অর্থনীতিৰ সম্পর্কক লৈ অনুষ্ঠিত আলোচনাসত্ৰ

392 просмотра · 19 часов назад
Pratidin Time
2,67 млн подписчиков
392 просмотра · 19 часов назад
প্ৰতিদিন মিডিয়া নেটৱর্কৰ দ্য কনক্লেভ ২০২৬ৰ আজি দ্বিতীয় দিনৰ প্ৰথমখন আলোচনাসত্ৰ আছিল ‘ৰক, ৰিডম আৰু ৰাজহঃ কনচার্ট অর্থনীতি। সংগীত, অনুষ্ঠান ব্যৱস্থাপনা আৰু অর্থনীতিৰ সম্পর্কক লৈ অনুষ্ঠিত আলোচনাসত্ৰখনত নিমন্ত্ৰিত অতিথিৰূপে অংশ লয় সুনীল দেওধৰ, দীপক চৌধুৰী আৰু বিকাশ আগৰৱালাই। আলোচনাসত্ৰখনিৰ আঁত ধৰে প্ৰতিদিন টাইমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে। #PratidinTime #TheConclave2026 #PratidinConclave #Pratidinmedianetwork