বলিয়া বানৰ উচুপনি | Assamese Short Film | Assamese Video @Mayabini_Entertainment
Mayabini Entertainment и UDP Entertainment Official
0:00 / 0:00
বলিয়া বানৰ উচুপনি | Assamese Short Film | Assamese Video @Mayabini_Entertainment
45 655 просмотров · 13 дн. назад
Mayabini Entertainment и UDP Entertainment Official
45 655 просмотров · 13 дн. назад
#AssameseShortFilm #AssameseVideo #MayabiniEntertainment
Titel: বলিয়া বানৰ উচুপনি | Assamese Short Film | Assamese Video
প্ৰলয়ংকৰী বানত নিমিষতে শেষ হৈ গ'ল তাইৰ পৃথিৱী। বলিয়া বানে কাঢ়ি নিলে ঘৰ-দুৱাৰ, গৰু-ম’হ আৰু আপোন জন্মদাতা পিতৃ-মাতৃক। নিয়তিৰ নিষ্ঠুৰ পাকচক্ৰত অকলশৰীয়া হৈ পৰা এই অভাগিনীয়ে অৱশেষত আশ্ৰয় ল'লেহি খুৰাকৰ ঘৰত।
খুৰাকে তাইক নিজৰ সন্তানৰ দৰেই মৰম কৰে, কিন্তু খুৰীয়েকৰ বাবে তাই যেন দুচকুত বিন্ধা কূটা। পদে পদে তাইক দিয়া হয় মানসিক আৰু শাৰীৰিক শাস্তি।
কিয় খুৰীয়েকে তাইক ইমান ঘৃণা কৰে?
খুৰাকৰ মৰমৰ আঁৰত পোহৰলৈ আহিব নেকি আন কোনো নজনা সত্য?
এই নিষ্ঠুৰতাৰ পৰা তাই পৰিত্ৰাণ পাবনে?
ৰহস্য আৰু আৱেগেৰে ভৰা এই কাহিনীৰ শেষলৈ চাবলৈ নাপাহৰিব।
ভিডিঅ'টো সম্পূৰ্ণ চাওক, আপোনাৰ মতামত কমেণ্টত জনাওক আৰু যদি আমাৰ এই প্ৰয়াস ভাল লাগে তেন্তে Like, Share আৰু Subscribe কৰি আমাৰ Mayabini Entertainment পৰিয়ালৰ সৈতে থাকিব।
ধন্যবাদ। 🙏
Hashtags:
#বলিয়াবানৰউচুপনি #BoliyabaanrUsuponi #AssameseDrama #AssameseFilm #AssameseStory #AssameseMoralStory #AssameseEmotionalStory #AssameseCinema #AssameseEntertainment #AssameseDrama2026 #AssameseShortMovie #AssameseFilm2026 #AssameseCulture #Assamese #অসমীয়াচুটিছবি #বানপানী #বানপানীৰকাহিনী #FloodStory #EmotionalStory #FamilyDrama