লোকে লোকাৰণ্য হৈ পৰিছে শিলচৰ সদৰ ঘাট
Pratidin Time
0:00 / 0:00
লোকে লোকাৰণ্য হৈ পৰিছে শিলচৰ সদৰ ঘাট
612 просмотров · 11 ч назад
Pratidin Time
2,67 млн подписчиков
612 просмотров · 11 ч назад
আজি মহালয়া,পুৱতি নিশাৰ পৰা দুৰ্গতি নাশিনী দেৱী দুৰ্গাক আদৰিবলৈ ওলাই আহিছে লক্ষাধিক লোক । লোকে লোকাৰণ্য হৈ পৰিছে শিলচৰ সদৰ ঘাট। পুৱতিনিশাৰে পৰা সদৰ ঘাট বিসৰ্জন ঘাটৰ বৰাকৰ দুখন সেতুত লানি নিছিগা ভিৰ কৰিছে লক্ষাধিক লোকে। শিলচৰৰ পৰা আমাৰ এক প্ৰতিবেদন
#PratidinTime #AssamNews #assam #mahalaya #SubhoMahalaya #silchar