🔥 Class 10 Science Important MCQ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | HSLC 2027 | SEBA
JonakEducation
0:00 / 0:00
🔥 Class 10 Science Important MCQ | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | HSLC 2027 | SEBA
104 просмотра · 2 нед. назад
JonakEducation
15 подписчиков
104 просмотра · 2 нед. назад
📚 Class 10 Science | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Important MCQ | HSLC 2027
এই ভিডিঅ’টোত SEBA Class 10 Science-ৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ”-ৰ কেইবাটাও গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰা হৈছে। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ লগতে সহজ ভাষাত explanation দিয়া হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে কেৱল উত্তৰ মুখস্থ নকৰি ধাৰণাটোও বুজি পাব পাৰে।
🎯 এই ভিডিঅ’টো বিশেষভাৱে সহায়ক—
✅ Class 10 Science
✅ HSLC Exam Preparation
✅ SEBA/Assam Board Students
✅ Important MCQ Practice
✅ Chemical Reactions and Equations
📌 ভিডিঅ’টো ভাল লাগিলে Like 👍 | Share ↗️ | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
💬 Comment কৰি জনাবা—পৰৱৰ্তী ভিডিঅ’ত কোনটো অধ্যায়ৰ Important MCQ বিচৰা?
Channel: JonaKAxom
#Class10Science #SEBA #HSLC2027 #AssamBoard #ScienceMCQ #ৰাসায়নিকবিক্ৰিয়া #ChemicalReactions #ImportantMCQ #AssameseMedium #JonakEducation