HAJONG SONG🌸 প্ৰাণ লা ভাছা দে লিখিলে মই 🖋️
হাজং গাহেন হুনিক
0:00 / 0:00
HAJONG SONG🌸 প্ৰাণ লা ভাছা দে লিখিলে মই 🖋️
5 242 просмотра · 3 месяца назад
হাজং গাহেন হুনিক
2,29 тыс. подписчиков
5 242 просмотра · 3 месяца назад
নমস্কাৰ সকলোকে 🙏
স্বাগতম “হাজং গাহেন হুনিক” ইউটিউব চেনেলত।
যদি আপুনি নিজৰ মাটিৰ সুৰ, সত্য আৰু পৱিত্ৰ ভালপোৱা ভৰা গীত ভাল পায়, তেন্তে এই চেনেল আপোনাৰ নিজৰ যেন লাগিব। আমাৰ লক্ষ্য হৈছে হাজং গীতক সকলোৰে হৃদয়ত স্থান দিয়া আৰু Hajong gaahen hunik নামটো ভালপোৱাৰে সৈতে স্মৰণীয় কৰি ৰখা।
এই চেনেলটো হাজং সমাজৰ হৃদয়ৰ পৰা ওলোৱা গান, সুৰ আৰু অনুভৱৰ এক সৰু কিন্তু পিয়াৰে ভৰা চেষ্টা। ইয়াত আপুনি হাজং ভাষাৰ নতুন-পুরণি লোকগীত, প্ৰেমৰ গান, সাংস্কৃতিক গান আৰু মন ছুঁই যোৱা সুৰ উপভোগ কৰিব।
আমাৰ উদ্দেশ্য হৈছে হাজং ভাষা, সংস্কৃতি আৰু পৰম্পৰাক আগুৱাই নিয়া আৰু নতুন প্ৰজন্মৰ মাজত ইমানেই পিয়াৰে কৰি তোলা। আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ শক্তি।
ভাল লাগিলে Subscribe, Like আৰু Share কৰিব নাপাহৰিব।
আপোনালোকৰ সমৰ্থনতেই “হাজং গাহেন হুনিক” আগবাঢ়ি যাব।
ধন্যবাদ আৰু মৰমেৰে 🙏
#HajongSong
#HajongMusic
#HajongCulture
#AssameseSong
#TribalSong
#FolkMusic
#NewHajongSong
#TrendingHajongSong