অধিক যুদ্ধংদেহি হৈ পৰিছে ককৰ’চ জনতা পার্টী.....
Pratidin Time
0:00 / 0:00
অধিক যুদ্ধংদেহি হৈ পৰিছে ককৰ’চ জনতা পার্টী.....
3 036 просмотров · 5 ч назад
Pratidin Time
2,67 млн подписчиков
3 036 просмотров · 5 ч назад
যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে নিষিদ্ধ ঘোষণা কৰাৰ পিছতে অধিক যুদ্ধংদেহি হৈ পৰিছে ককৰ’চ জনতা পার্টী। যন্তৰ-মন্তৰৰ ঐতিহাসিক গুৰুত্বৰ কথা সোঁৱৰাই CJPৰ প্ৰশ্ন- আমি এতিয়া প্ৰতিবাদ কৰিবলৈ হিমালয়ৰ শিখৰলৈ যাব লাগিব নেকি? কেৱল সিমানেই নহয় আজি বলপূর্বকভাৱে যন্তৰ-মন্তৰত প্ৰৱেশ কৰি আটক হয় সংগঠনৰ দুগৰাকী শীর্ষ নেতা।
#PratidinTime #AssamNews #delhi #CJP