Перейти к содержимому

জলসিঞ্চন বিভাগৰ কৰ্তব্যত অনুপস্থিত বিষয়া, কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী মন্ত্ৰী পীযুষ হাজৰিকাৰ

The CrossCurrent

0:00 / 0:00

জলসিঞ্চন বিভাগৰ কৰ্তব্যত অনুপস্থিত বিষয়া, কৰ্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী মন্ত্ৰী পীযুষ হাজৰিকাৰ

4 738 просмотров · 1 дн. назад
The CrossCurrent
361 тыс. подписчиков
4 738 просмотров · 1 дн. назад
দিছপুৰৰ জনতা ভৱনস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয় হঠাৎ পৰিদৰ্শন বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ। কাৰ্যালয়টোত কেইবাগৰাকীও বিষয়া,কৰ্মচাৰীয়ে অনুমতি নোলোৱাকৈ কৰ্তব্যত উপস্থিত নথকাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী দিবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ। কাৰ্যালয়টোৰ স্নানাগাৰৰ অৱস্থা দেখিও ক্ষুণ্ণ হৈ পৰে মন্ত্ৰীগৰাকী। স্নানাগাৰ, বেচিন পৰিষ্কাৰ কৰি ৰাখিবলৈও আহ্বান মন্ত্ৰীগৰাকীৰ। The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews