আধৰুৱা প্ৰেম | Assamese Short Film | Assamese AI Video
GB AXOM и DBG PRODUCTION
0:00 / 0:00
আধৰুৱা প্ৰেম | Assamese Short Film | Assamese AI Video
86 просмотров · 6 дней назад
GB AXOM и DBG PRODUCTION
86 просмотров · 6 дней назад
আধৰুৱা প্ৰেম | Assamese Short Film | Assamese AI Video
✍️ কাহিনী: চিম্পি
🎬 প্ৰযোজনা: ঘন
👥 সহযোগ: বকুল
"আধৰুৱা প্ৰেম" এখন অসমীয়া আৱেগিক চুটি ছবি, য'ত দেখুওৱা হৈছে পদুম আৰু পদুমীৰ গভীৰ ভালপোৱা, বিশ্বাস, বিচ্ছেদ, ঈৰ্ষা আৰু এক কৰুণ পৰিণতিৰ কাহিনী। পদুম আৰু পদুমীয়ে ইজনে সিজনক বহুত ভাল পায়। কিন্তু তেওঁলোকৰ প্ৰেমৰ মাজত বাধা হৈ থিয় দিয়ে ঈৰ্ষা আৰু ভাবুকি পৰিস্থিতিৰ হেঁচাত পদুমে পদুমীৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়। তাৰ পিছত তেওঁলোকৰ জীৱনত নামি আহে এক হৃদয়বিদাৰক পৰিস্থিতি। কিছুমান প্ৰেমৰ কাহিনী সম্পূৰ্ণ নহয়, কিন্তু সেই প্ৰেমৰ স্মৃতিবোৰ হৃদয়ত সদায় থাকি যায়।
Film: আধৰুৱা প্ৰেম
Language: Assamese
Created: AI Technology
ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব। আৰু এনে ধৰণৰ নতুন Assamese AI Story, Assamese Short Film পাবলৈ Channel টো Subscribe কৰি ৰাখিব ।
#AssameseShortFilm #AssameseAI #AssameseAIVideo #AssameseStory #AIStory #AssameseShortMovie #AssameseVideo #AIShortFilm #Assamese #AIVideo