❤️🏹হৰধনু ভংগ আৰু সীতা// Part 9 //Hardhanu //Ram#TuphaniFM#Assameseshortfilm
Tuphani FM / টোফানি FM
0:00 / 0:00
❤️🏹হৰধনু ভংগ আৰু সীতা// Part 9 //Hardhanu //Ram#TuphaniFM#Assameseshortfilm
22 305 просмотров · 1 мес. назад
Tuphani FM / টোফানি FM
1,96 тыс. подписчиков
22 305 просмотров · 1 мес. назад
মিথিলাত ৰাম — শিৱধনুৰ ৰহস্য”
ৰাম, লক্ষ্মণ আৰু মহৰ্ষি বিশ্বামিত্ৰ অৱশেষত মিথিলা ৰাজ্যত উপস্থিত হয়। ৰজা জনকে তেওঁলোকক সন্মানেৰে আদৰণি জনোৱাৰ পিছত ৰামে প্ৰথমবাৰৰ বাবে মিথিলাৰ পৱিত্ৰ শিৱধনুৰ ৰহস্যৰ কথা জানিবলৈ পায়।
ভগৱান শিৱৰ পৱিত্ৰ হৰধনু—যি ধনু বহু শক্তিশালী ৰজা আৰু ৰাজকুমাৰেও লৰাব পৰা নাছিল। ৰজা জনকৰ প্ৰতিজ্ঞা আছিল, যিজনে এই ধনু উঠাই জ্যা সংযোগ কৰিব পাৰিব, সীতাৰ সৈতে তেওঁৰেই বিবাহ হ’ব।
ইফালে সীতাই প্ৰথমবাৰৰ বাবে ৰামক দেখা পায়। দুয়োৰে মাজত এক কোমল আৰু অচিনাকি অনুভূতিৰ আৰম্ভণি হয়। 🌸
শেষত বিশ্বামিত্ৰৰ আজ্ঞাত ৰামে শিৱধনুৰ ওচৰলৈ আগবাঢ়ে...
ৰামে ধনুখনত হাত দিয়ে... আৰু আৰম্ভ হয় এক ৰোমাঞ্চকৰ মুহূৰ্ত! 🔱🏹
কিন্তু ৰামে শিৱধনুত জ্যা সংযোগ কৰিব পাৰিবনে?
ধনু ভংগ হ’বনে?
ৰাম আৰু সীতাৰ ভাগ্যত কি লিখা আছে?
👉 জানিবলৈ চাওক PART 9— “শিৱধনু ভংগ — ৰাম আৰু সীতাৰ ভাগ্যৰ সিদ্ধান্ত”
🙏 ভিডিঅ'টো ভাল লাগিলে Like 👍, Share ↗️ আৰু Channel Subscribe 🔔 কৰিবলৈ নাপাহৰিব।