Перейти к содержимому

টিক্ টিক্ সময়ৰ বাজে চৌতাল || Tik Tik Xomoyor Baje Choutaal

Dipti Duarah

0:00 / 0:00

টিক্ টিক্ সময়ৰ বাজে চৌতাল || Tik Tik Xomoyor Baje Choutaal

395 просмотров · 2 недели назад
Dipti Duarah
139 подписчиков
395 просмотров · 2 недели назад
Songs of life's philosophy Song Credits: Lyrics: Dipti Duarah জীৱনৰ পট নিতে সলনি হয় কালিৰ সপোন আজি দিঠক নহয় ভাৱনাৰ তৰংগ আকাশ চুব খোজে নিমিষতে খহি মাৰ যায় নিতে নৱ উন্মেষে বাগৰ সলায় ।। বিধাতাই লিখি থয় আমাৰ কপাল টিক টিক সময়ৰ বাজে চৌতাল আগুৱাই যাওঁ উভতি নাচাওঁ সময়ে দিয়াবোৰ সকলো ভাল।। যোৱাকালি চাকনৈয়া আজি পকনীয়া নাজানো কালিলৈ আহে কি খোজে খোজে বোকা পানী তলতে লুকাই থাকে অচিন অঘৈয়া হুল খুপি খুপি যাওঁ ৰিণিকি দেখা পাওঁ দূৰ বহু দূৰত আছে মায়াভৰা সপোনৰ কূল ।। বিধাতাই লিখি থয় আমাৰ কপাল টিক টিক সময়ৰ বাজে চৌতাল আগুৱাই যাওঁ উভতি নাচাওঁ সময়ে দিয়াবোৰ সকলো ভাল।। আছেনে আপোন কোনোবা মৰমৰ মৰীচিকা হৈ অ সময়....... ধাৱমান সময়ৰ নৈ লৈ যোৱা উটুৱাই অচিন অজান দেশলৈ য'ত নাই আবেগৰ কোনো হৈ চৈ।। বিধাতাই লিখি থয় আমাৰ কপাল টিক টিক সময়ৰ বাজে চৌতাল আগুৱাই যাওঁ উভতি নাচাওঁ সময়ে দিয়াবোৰ সকলো ভাল।। #AssameseSong #AssameseSadSong #RabindraSangeet #AssameseMusic #NewAssameseSong #Assamese classical song # Passionate romantic song #Assamese Romantic song #Assamese Disco song #Assamese Party song Please support Assamese music 🙏 Like | Comment | Share | Subscribe Copyright of the lyrics is reserved by the Lyricist.