গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল
Pratidin Time
0:00 / 0:00
গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল
14 594 просмотра · 1 год назад
Pratidin Time
2,67 млн подписчиков
14 594 просмотра · 1 год назад
গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল
গোৱালপাৰাৰ পাইকানৰ উচ্ছেদক লৈ সৰৱ অখিল গগৈ
পাইকানৰ উচ্ছেদ অভিযান তাৎক্ষয়ণিকভাৱে বন্ধ কৰাৰ দাবী মুখ্যমন্ত্রীক
এই উচ্ছেদৰ মূল লক্ষ্য হৈছে হিন্দু ভোটাৰক আকৰ্ষিত কৰা’
ধুবুৰীত উচ্ছেদিত লোকক বিজেপিয়ে খিলঞ্জীয়া বুলি প্রমাণ পত্র দিছিল’
‘শিৱসাগৰত মই জয়ী হোৱাৰ বাবে মিত্রতাৰ কোনো প্রয়োজন নাই’
‘আমি বিৰোধী ঐক্য মঞ্চত আছিলো, আছো আৰু থাকিম’
‘বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সকলো এক হ’ব লাগিব’
‘ৰাইজৰ দল সদায় মিত্রতাৰ পক্ষত আছে’
#PratidinTime #AssamNews #AkhilGogoi #PressMeet