Toi Jodi Kou | Lakhi Chandra | Rex Boro | Subham Deka | Yasashree Bhuyan | Official Assamese Song
Lakhi Chandra official
0:00 / 0:00
Toi Jodi Kou | Lakhi Chandra | Rex Boro | Subham Deka | Yasashree Bhuyan | Official Assamese Song
1 245 289 просмотров · 2 года назад
Lakhi Chandra official
154 тыс. подписчиков
1 245 289 просмотров · 2 года назад
:🎼Song : Toi Jodi Kow
🎙Vocal : Lakhi Chandra
🎶Composition : Lakhi Chandra
🎶 Lyrics : Lakhi Chandra,
Additional Lyrics : Rakesh Gogoi
🎶Music/Mix/Mastered : Rex Boro
🎶 Flute : Anjan Medhi
Guitar : Rex Boro
Lyrical Video / GFX : Partha Jit Hira
Contact for Live Shows 👉8472096623 6001948577
Video credits
Direction - Shibam roy & team
Cinematography - Shibam roy & Bikash deka
Editing- Shibam roy
*ing - Subham Deka & Yasashree Bhuyan
Guest appearance- Diggangana bora
Ad - Himangshu
Choreography - Priya bikash
Makeup- Jojo
Production manager- Nikunja Sarma
Costume - Ravisha’s collection
Gfx - Jitul Kumar Nath
For Instagram Reels 👇
/ 883236863071512
● Stream the song on- 👇
●Spotify
https://open.spotify.com/track/0GZeUU...
●Wynk
https://wynk.in/u/2wa0lWpqt
●Jio Saavn
https://www.jiosaavn.com/song/toi-jod...
●Amazon Music
https://music.amazon.in/albums/B0CP23...
● Apple Music
/ toi-jodi-kou-single
SONG LYRICS
চিৰিং চিৰিংকৈ বুকু কঁপে ঐ
অজানিতে কেতিয়াবা মনত পৰি ঐ
প্ৰেমৰে দিচাং নৈ
বুকুতে আছে বৈ
তাতে পৰি উটি নাহ' মোৰে হ'বলৈ
সঁচাকৈ পগলা হ'ল
মোৰে হিয়া তোৰে হৈ ৰ'ল
তই ক'লে জোনো আনিম
তই ক'লে তৰা আনিম
তই যদি কৱ নদী সাগৰো সাঁতুৰিম
তই ক'লে মৰম আঁকিম
তই ক'লে চুমা যাচিম
তই যদি কৱ তাজমহলো সাজিম
নক'বি তেনেকে বুকুতে লগাকে
চকুতে চকু থৈ সঁচাকে
মৰমী তয়ে মোৰ সকলো জাননে
উশাহে উশাহবোৰ বান্ধিবলে'
সঁচাকৈ পগলা হ'ল
মোৰে হিয়া তোৰে হৈ ৰ'ল
তই ক'লে জোনো আনিম
তই ক'লে তৰা আনিম
তই যদি কৱ নদী সাগৰো সাঁতুৰিম
তই ক'লে মৰম আঁকিম
তই ক'লে চুমা যাচিম
তই যদি কৱ তাজমহলো সাজিম
মনৰে ফুলনিত তয়েইটো মালিনী
সপোনৰ দেশতে তই তৰালি
নোৱাৰি নোৱাৰি পুৱা কি গধূলি
নেদেখাকে তোকে মন ৰাগিনী।
সঁচাকৈ পগলা হ'ল
মোৰে হিয়া তোৰে হৈ ৰ'ল
তই ক'লে জোনো আনিম
তই ক'লে তৰা আনিম
তই যদি কৱ নদী সাগৰো সাঁতুৰিম
তই ক'লে মৰম আঁকিম
তই ক'লে চুমা যাচিম
তই যদি কৱ তাজমহলো সাজিম