Перейти к содержимому

পাকঘৰৰ জীৱনৰ মাজতে আজি ক’ম মোৰ এটা কাহিনী…(STORY 3)

@GeetaBaidew

0:00 / 0:00

পাকঘৰৰ জীৱনৰ মাজতে আজি ক’ম মোৰ এটা কাহিনী…(STORY 3)

3 432 просмотра · 8 дней назад
@GeetaBaidew
70 подписчиков
3 432 просмотра · 8 дней назад
পাকঘৰৰ জীৱন আৰু মোৰ এটা কাহিনী ❤️ পাকঘৰৰ ব্যস্ততাৰ মাজতে আজি আপোনালোকৰ সৈতে মোৰ জীৱনৰ এটা সৰু কাহিনীও শ্বেয়াৰ কৰিলোঁ। কেতিয়াবা সাধাৰণ যেন লগা এটা দিনৰ আঁৰতো লুকাই থাকে বহুতো কথা, অনুভৱ আৰু স্মৃতি। 🌿❤️ ভিডিঅ’টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত Comment কৰি জনাব। ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। 🙏