Перейти к содержимому

ঘৰত শেৱালী ফুল আছে যদি জানি লওঁক এইখিনি কথা / Parijat Flower Vastu Assamese / Assamese Video

Shewali Das

0:00 / 0:00

ঘৰত শেৱালী ফুল আছে যদি জানি লওঁক এইখিনি কথা / Parijat Flower Vastu Assamese / Assamese Video

5 767 просмотров · 22 часа назад
Shewali Das
11,9 тыс. подписчиков
5 767 просмотров · 22 часа назад
ঘৰত শেৱালী ফুল আছে যদি জানি লওঁক এইখিনি কথা / Parijat Flower Vastu Assamese / Assamese Video #parijatflowers #vastu #video #assamese #motivation #motivational নমস্কাৰ প্ৰিয় দৰ্শক মই শেৱালী আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। ঘৰত শেৱালী ফুলৰ গছ ৰোপণ কৰিলে কি শুভ ফল লাভ হয় বুলি বিশ্বাস কৰা হয়? মা লক্ষ্মীৰ সৈতে শেৱালী ফুল গছৰ কি সম্পৰ্ক আছে আৰু বাস্তু অনুসৰি ঘৰৰ কোন দিশত এই গছ ৰোপণ কৰিব লাগে? আজিৰ ভিডিঅ'টোত জানিব পাৰিব শেৱালী গছৰ পৌৰাণিক মহিমা, ধৰ্মীয় গুৰুত্ব, ৰোপণৰ সঠিক পদ্ধতি, উপযুক্ত স্থান আৰু গছজোপাৰ যত্ন লোৱাৰ সহজ উপায়। প্ৰিয় দৰ্শক যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে তেন্তে ভিডিঅ'টোত এটা Like কৰিব আৰু লগতে যদি আপুনি আমাৰ চেনেলটোত প্ৰথম বাৰৰ বাবে আহিছে তেন্তে চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। ধন্যবাদ 🙏 #flowers #vastutips #vastushastra #astrology #astronomy #motivationalvideo #motivationalquotes #totka #videos #rashifal #assam #assamesevideo #maalaxmi #laxmi #laxmimata