Перейти к содержимому

আপোনাৰ শিশুৱে যোগ শিকিবলৈ অসুবিধা পাইছে নেকি?Math Trick Class1 ৰ পৰা Class5ৰ শিশুসকলৰ বাবে উপযোগী।

Pinki Hazarika:Soul and Mind

0:00 / 0:00

আপোনাৰ শিশুৱে যোগ শিকিবলৈ অসুবিধা পাইছে নেকি?Math Trick Class1 ৰ পৰা Class5ৰ শিশুসকলৰ বাবে উপযোগী।

46 просмотров · 2 недели назад
Pinki Hazarika:Soul and Mind
445 подписчиков
46 просмотров · 2 недели назад
Class 1-5 Math Tricks Assamese | Finger Addition Game আপোনাৰ শিশুৱে যোগ (Addition) শিকিবলৈ অসুবিধা পাইছে নেকি? এই ভিডিওত আমি শিকাম Finger Addition Game, অৰ্থাৎ হাতৰ আঙুলিৰ সহায়ত সহজে যোগ কৰাৰ মজাৰ পদ্ধতি। এই Math Trick বিশেষকৈ Class 1 ৰ পৰা Class 5 লৈকে শিশুসকলৰ বাবে উপযোগী। উদাহৰণ: ✅ 5 + 4 = 9 ✅ 6 + 3 = 9 ✅ 7 + 2 = 9 এই পদ্ধতিয়ে শিশুসকলক সংখ্যাৰ ধাৰণা সহজে বুজিবলৈ সহায় কৰে আৰু গণিতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। 📌 এই ভিডিওত শিকিব: ✔️ Finger Addition Trick ✔️ Easy Math for Kids ✔️ Counting Using Fingers ✔️ Class 1-5 Math Learning ✔️ Fun Learning Activities ✔️ Assamese Educational Video অভিভাৱক আৰু শিক্ষকসকলৰ বাবে এই ভিডিওটো অতি উপযোগী। ভিডিওটো ভাল লাগিলে Like, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব। #FingerAdditionGame #MathTricks #KidsMath #AdditionForKids #AssameseEducation #Class1Math #Class2Math #Class3Math #Class4Math #Class5Math #MathLearning #KidsLearning #FingerMath #EducationalVideo #AssameseKidsLearning