Перейти к содержимому

মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE

Pratidin Time

0:00 / 0:00

মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE

3 171 просмотр · Трансляция закончилась 1 день назад
Pratidin Time
2,66 млн подписчиков
3 171 просмотр · Трансляция закончилась 1 день назад
১০খন দেশ, ৩খন মহাদেশ-ভূপেনপ্ৰেমীৰ এক অনন্য সংগীতযাত্ৰা বাদ্যযন্ত্ৰ নোহোৱাকৈ সৃষ্টি হৈছে ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত এক অভিৱ শ্ৰদ্ধাঞ্জলি স্কুলৰ সতীৰ্থৰ পৰা বিশ্বজোৰা সংগীতৰ সহযাত্ৰীলৈ অলংকাৰ নহয়, মানুহৰ কণ্ঠই হ’ল এই সংগীতৰ বাদ্যযন্ত্ৰ ভিন্ন ঠাইত ৰেকৰ্ড কৰা কণ্ঠ কেনেকৈ হ’ল একক সংগীত? ‘মানুহে মানুহৰ বাবে’–দশক পাৰ হৈয়ো কিয় আজিও প্ৰাসংগিক? ৭০ জনমান ভূপেনপ্ৰেমীৰ কণ্ঠত এক অনন্য ‘মানুহে মানুহৰ বাবে’ অনুবন্ধনৰ অভিনৱ প্ৰয়াস, বাদ্যযন্ত্ৰবিহীন ‘মানুহে মানুহৰ বাবে’ ভিন্ন মানুহ, ভিন্ন স্থান, ভিন্ন কণ্ঠ, শেষত এক গান মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ | Part 1 #PratidinTimeLIVE