মহাপুৰুষীয়া সংস্কৃতি আৰু এজন বুঢ়াভকত
Anuranan Hridoyor Spondon
0:00 / 0:00
মহাপুৰুষীয়া সংস্কৃতি আৰু এজন বুঢ়াভকত
954 просмотра · 11 дн. назад
Anuranan Hridoyor Spondon
3,42 тыс. подписчиков
954 просмотра · 11 дн. назад
#Anurananpodcast #assamsatra #naamghar #majulisatra
অসমৰ সমাজ জীৱনত
সত্ৰ হ'ল সংস্কৃতিৰ
অবিচ্ছেদ্য প্ৰাণকেন্দ্ৰ।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
আৰু মাধৱদেৱে প্ৰৱৰ্তন কৰা
নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ
আৰু প্ৰসাৰৰ বাবে
সত্ৰসমূহ গঢ় লৈ উঠিছিল।
সত্ৰসমূহৰ পৰম্পৰা ৰক্ষা
আৰু সমাজক নেতৃত্ব দিয়া
জ্যেষ্ঠ অভিজ্ঞ তথা
সবল নেতৃত্বৰ অধিকাৰীজনকেই
সাধাৰণতে বুঢ়াভকত
বোলা হয়।
অসমৰ বৈষ্ণৱ সংস্কৃতিৰ
এগৰাকী বিশিষ্ট সাধক,
ধৰ্মপ্ৰাণ ব্যক্তি,
যোৰহাট জিলাৰ, তিতাবৰৰ
মহিমিবাৰীস্থিত
কমলাবাৰী সত্ৰৰ
সোণাৰাম বুঢ়াভকত
এইবোৰৰ অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি।
মনমৰমী মহন্তৰ সৈতে
✅we are Available on
Facebook : / 1eyih8jaj9
YouTube : / @monmoromimahanta4723
Instagram : monmoromimahanta
/ monmoromimahanta