Перейти к содержимому

খোৱাপানীৰ নামত বিক্ৰী বৰবিহ!

NKTV PLUS

0:00 / 0:00

খোৱাপানীৰ নামত বিক্ৰী বৰবিহ!

1 723 просмотра · 22 часа назад
NKTV PLUS
831 тыс. подписчиков
1 723 просмотра · 22 часа назад
▶️খোৱাপানীৰ নামত বিক্ৰী বৰবিহ! বিশুদ্ধ খোৱাপানীৰ বাবেই আপুনি ব্যৱহাৰ কৰে নেকি ড্ৰিংকিং ৱাটাৰ বটল? যদি কৰে এই খবৰ আপোনাৰ বাবে। ক’ত কেনেকৈ প্ৰস্তুত কৰা হয় ড্ৰিংকিং ৱাটাৰ জাৰ্ক? NKTVৰ ষ্টিং অপাৰেচনত পোহৰলৈ আহিল ভয়াৱহ ছবি। বাতৰিৰ পিছতেই গা লৰিল খাদ্য সুৰক্ষা বিভাগৰ।