Prime Show | Ghanakanta Gogoi Encounter | আইন, আদালতৰ ওপৰত লাহে লাহে আস্থা হেৰুৱাইছে সাধাৰণ লোকে!
News18 Assam/Northeast
0:00 / 0:00
Prime Show | Ghanakanta Gogoi Encounter | আইন, আদালতৰ ওপৰত লাহে লাহে আস্থা হেৰুৱাইছে সাধাৰণ লোকে!
23 226 просмотров · Трансляция закончилась 12 ч назад
News18 Assam/Northeast
4,64 млн подписчиков
23 226 просмотров · Трансляция закончилась 12 ч назад
Ghanakanta Gogoi Encounter | পুলিচৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যু
ঘনকান্ত গগৈৰ মৃত্যুত উত্থাপিত বহু উত্তৰবিহীন প্ৰশ্ন
পুলিচক আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ঘনকান্তই!
পুলিচৰ প্ৰত্যাক্ৰমণত প্ৰাণ গ’ল ঘাতক ঘনকান্তৰ
আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ পলায়নৰ প্ৰৱণতা বৃদ্ধি!
আৰক্ষী জিম্মাত অভিযুক্তৰ মৃত্যুক একাংশ ৰাইজৰ সঁহাৰি
আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুত উৎফুল্লিত একাংশ
আইন, আদালতৰ ওপৰত লাহে লাহে আস্থা হেৰুৱাইছে সাধাৰণ লোকে!
আদালতৰ দীঘলীয়া প্ৰক্ৰিয়া, আইনৰ সুৰুঙাৰে দোষমুক্তৰ ঘটনাত অতিষ্ঠ ৰাইজ
পুলিচৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ প্ৰকৃত তথ্য উন্মোচনত বাধা!
হত্যা গোচৰটোত আৰক্ষীৰ জিম্মাত বিশেষ সুৰক্ষাৰ নিৰ্দেশ পাইছিল ঘনকান্তই
ঘনকান্ত ন্যায়িক জিম্মাত অহাৰ পিছত আন এক গোচৰ
শিৱসাগৰ আৰক্ষীয়ে গুৱাহাটী জে’লৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ঘনকান্তক
আৰক্ষীৰ জিম্মাত শিৱসাগৰলৈ গৈ থকা অৱস্থাতে ঘনকান্তৰ মৃত্যু
In a major development in the Ghanakanta Gogoi murder case, accused Ghanakanta Gogoi has died following a police encounter at Phulpani Siga in Sivasagar, Assam.
According to reports, while being taken to Sivasagar, Ghanakanta allegedly attempted to escape by snatching a police officer's pistol. Police opened fire, leaving him critically injured. He sustained bullet injuries to his chest and later succumbed to his injuries.
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
C
#newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
you have exceeded your role expectation and performance rating for the year is `Star'.
Download our News18 Mobile App - https://onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here https://tinyurl.com/y5ymz4jk
Please visit our website https://bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: http://bit.ly/2ussJls , iPhone: http://apple.co/2usJEEm
To subscribe our channel click here https://tinyurl.com/y5ymz4jk
ID_PG