Assamese vauna/মৎস্য অৱতাৰ। হয়দৈত্য ৰুপত(Koliya da)ৰাজীৱ শইকীয়া/লক্ষ্মী(Pankaj) কি ভয়ানক অভিনয় ।
অসমীয়া সংস্কৃতি ভাওনা
0:00 / 0:00
Assamese vauna/মৎস্য অৱতাৰ। হয়দৈত্য ৰুপত(Koliya da)ৰাজীৱ শইকীয়া/লক্ষ্মী(Pankaj) কি ভয়ানক অভিনয় ।
68 680 просмотров · 3 г. назад
অসমীয়া সংস্কৃতি ভাওনা
44,4 тыс. подписчиков
68 680 просмотров · 3 г. назад
মৎস্য অৱতাৰ। হয়দৈত্য ৰুপত(Koliya da)ৰাজীৱ শইকীয়া/লক্ষ্মী(Pankaj) কি ভয়ানক অভিনয়। ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। চাই কেনে পালে জনাব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব॥
যদি আপুনি ভাওনা ভিডিঅ' চাই ভাল পাই
আৰু ভৱিষ্যতও আমি আগবঢ়াই যোৱা ভাওনা ভিডিঅ' সদায় চাব বিচাৰে তেন্তে আমাৰ Youtube channel টো subscribe কৰি ৰাখিব ধন্যবাদ/🙏🙏
সদৌ অসম ভাওনা প্ৰতিযোগিতা স্থানপ্ৰাপ্ত শ্ৰেষ্ঠ শিল্পী দ্ধাৰা (ভাওনা প্ৰদৰ্শন)
নাট:(মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ)
দোহাৰ- পৰিচালনা: বনমালী সাংস্কৃতিক গোষ্ঠী, কমলদৈ পুল ডিমৌ (শিৱসাগৰ)
স্থানঃ গায়েনগাওঁ দীঘলীয়াহোলা বৰনামঘৰ। ডিমৌ শিৱসাগৰ।
চৰিত্ৰঃ হয়দৈত্যঃ ৰাজীৱ শইকীয়া।( কলীয়া দা)
লক্ষ্মীঃ পংকজ দত্ত।
বায়ন: (বিদ্যুৎ বিকাশ বড়া)
গায়ন:( নয়ন নিবিড় খনিকৰ)
বাঁহী: (বিতুল দুৱৰী)
(অসমীয়া সংস্কৃতি ভাওনা)
#vawna
#মৎস্যঅৱতাৰ
#ভাওনা
#assamese_vauna
#koliya
#bhaona
#Assamesevauna
#assamesevawna #vawna #asomiyasanskriti #asomiyasanskriti
#bhaona
#Asomiyasanskriti
#Assamesevauna
#okhurprobekh
#assamesevawna #vawna #asomiyavaunasanskriti #asomiyabhaonasanskriti
#bhaona