স্পষ্টবাক’ত মছফিকাৰ সৈতে গৰিমা গাৰ্গ EXCLUSIVE
NKTV PLUS
0:00 / 0:00
স্পষ্টবাক’ত মছফিকাৰ সৈতে গৰিমা গাৰ্গ EXCLUSIVE
32 180 просмотров · 11 месяцев назад
NKTV PLUS
827 тыс. подписчиков
32 180 просмотров · 11 месяцев назад
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যঘন মৃত্যুৰ ২০ দিন
এই যন্ত্ৰণাকাতৰ ২০ দিনে কি কৰিছে গৰিমাই?
জুবিনবিহীন গৰিমাৰ পৃথিৱীখন কেনেকুৱা?
‘ৰৈ ৰৈ বিনালে’ত ব্যস্ত হৈ জুবিনৰ সন্ধান গৰিমাৰ
আজি NKTVৰ সন্মুখত সকলো ক’ব গৰিমা শইকীয়া গাৰ্গে
ন্যায় বিচাৰি কিয় ফেচবুকত লিখিছিল গৰিমাই?
ঘটনাৰ ৯ দিনৰ পাছতহে কিয় দিছিল এজাহাৰ?
কাৰ কাৰ ওপৰত কিয় সন্দেহ হৈছিল গৰিমাৰ?
জুবিনক লৈ শাসক-বিৰোধীৰ ৰাজনীতিত হতাশ গৰিমা
জুবিনে অন্ধবিশ্বাস কৰা সিদ্ধাৰ্থ বিশ্বাসঘাতক নেকি?
ছিংগাপুৰৰ সঁচা কথাবোৰ জানিব খুজিছে গৰিমাই
য়টত ৰেকৰ্ড হোৱা অন্তিমটো ভিডিঅ’ লাগে গৰিমাক
‘স্পষ্টবাক’ত মছফিকাৰ সৈতে গৰিমা গাৰ্গ EXCLUSIVE