CM Himanta Biswa Sarma Recalls Bodo-Muslim Conflict | Assam Assembly Speech | VOICE Raiser
VOICE Raiser
0:00 / 0:00
CM Himanta Biswa Sarma Recalls Bodo-Muslim Conflict | Assam Assembly Speech | VOICE Raiser
36 079 просмотров · 1 год назад
VOICE Raiser
6,76 тыс. подписчиков
36 079 просмотров · 1 год назад
সদনত বহি বহুত কথা কব পাৰি, কিন্তু যেতিয়া সমাজ স্পষ্ট ভাবে দুটা ভাগত বিভক্ত হয় তেতিয়া সাহসেৰে সংখ্যালঘু লোকৰ লগত গৈ সনাতনী হিন্দু সংস্কৃতিত ডাঙৰ হোৱা লোকেহে থিয় দিব পাৰে।
Assam CM Himanta Biswa Sarma, while responding to ongoing debates on the Governor’s speech, recalled the tragic incidents in Bodoland where minorities were brutally attacked. He shared his personal experiences from the Dhubri refugee camps and the violence in Udalguri, emphasizing his efforts to protect minorities during those times.
CM Sarma also highlighted the role of the Bodo leadership in restoring peace and unity in the region. He described the first day of the budget session in Kokrajhar as a symbol of Assam’s integrity and harmony.
Watch his speech and analysis in this video.
Watch Uncut Full Episode : https://www.youtube.com/live/XyTDSOE9We4
সংখ্যালঘু লোকক আটাইতকৈ নিৰ্মম ভাবে হত্যা কৰা হৈছিল বড়োলেণ্ডত।
ধুবুৰীৰ শৰণাৰ্থী শিবিৰত সংখ্যালঘু লোকৰ লগত এটা মাহ মই একেলগে আছিলো।
ওদালগুৰীত যেতিয়া সংখ্যালঘু লোকৰ ওপৰত গুলি বৰ্ষণ হৈছিল, মই তাত থিয় হৈ সংখ্যালঘু লোকৰ ওপৰত গুলি নপৰক তাৰ বাবে ব্যৱস্থা লৈছিলো।
সদনত বহি বহুত কথা কব পাৰি, কিন্তু যেতিয়া সমাজ স্পষ্ট ভাবে দুটা ভাগত বিভক্ত হয় তেতিয়া সাহসেৰে সংখ্যালঘু লোকৰ লগত গৈ সনাতনী হিন্দু সংস্কৃতিত ডাঙৰ হোৱা লোকেহে থিয় দিব পাৰে।- অসম বিধানসভাৰ মজিয়াত ২০ ফেব্ৰুৱাৰী তাৰিখে এনেদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালৰ ভাষণৰ ওপৰত চলি থকা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ এনেদৰে স্মৃতি ৰোমন্থন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ভাষণ প্ৰসঙ্গত তেওঁ এনে অশান্ত জৰ্জৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত বড়ো সম্প্ৰদায়ৰ নেতৃত্বই গ্ৰহণ কৰা ভূমিকাৰ বাবে ধন্যবাদ জনায় তেওঁ। কোকৰাঝাৰত অনুষ্ঠিত হোৱা বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীয়ে অসমৰ অখণ্ডতা আৰু একতাৰ প্ৰতীক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Facebook : / voiceriser
Youtube : / @voiceraiser
Gmail : voiceraiser21@gmail.com
WhatsApp : 9401916223
🚨 Share your thoughts in the comments! 🚨
🔔 Subscribe to our channel and hit the Bell icon for more updates!
#VoiceRaiser
#HimantaBiswaSarma #AssamPolitics #Bodoland #MinorityRights #AssamAssembly #Kokrajhar #BJP #BudgetSession #BTC #HagramaMohilary #BPF #UPPL #Bodoland #BodoPolitics #AssamPolitics #BodolandYouth #PramodBoro #AssamCurrentAffairs