ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ভাষ্য-
Pratidin Time
0:00 / 0:00
ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ভাষ্য-
39 639 просмотров · 1 дн. назад
Pratidin Time
2,67 млн подписчиков
39 639 просмотров · 1 дн. назад
‘ভৰালী পৰিয়ালে মাতিছিল বাবেই ঘনকান্ত হোটেললৈ আহিছিল
ঘনকান্তই ফোনতেই সকলো কথা পাতিম বুলি জনাইছিল
তদন্তকাৰী আৰক্ষীয়ে গাড়ী, মোবাইল সকলো জব্দ কৰিছে
কেইবাজনো লোকে ঘনকান্তক হেঁচা মাৰি ধৰিছিল বুলি কৈছিলে
কোনোমতে তাৰ পৰা বাচি অহাৰ কথা জনাইছিল
ঘটনাৰ পাছতে পত্নী আৰু কন্যাক সাৱধানে থকাৰ কথা কৈছিল ঘনকান্তই
ভৰালী পৰিয়ালক সদায় সন্মান কৰিছিল ঘনকান্তই
ব্যৱসায় বেয়া চলি আছিল বাবে ভৰালী পৰিয়ালক হোটেলখন উভতাই দিব বিচাৰিছিল
হোটেল খন উভতাই দি চিকিউৰিটি মানি উভতাই দিবলৈ বাৰে বাৰে কৈছিল
কিন্তু ভৰালী পৰিয়ালে বাৰে বাৰে সন্মুখত কথা পাতিবলৈ মাতিছিল ঘনকান্তক
হোটেলত অনৈতিক কাৰ্য চলে বুলি আমি পাছতহে গম পাইছোঁ
একেবাৰে পইচা নিদিয়াকৈ থকা নাছিল, দুই তিনি মাহৰ পইচা দিয়া হৈছিল
জুলাই মাহলৈকে দিয়া হৈছিল হোটেলৰ ভাৰা’
ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ভাষ্য-
#PratidinTime #AssamNews #guwahati