'আলহী হৈ আহিম এদিন তোমাক চাবলৈ...'
NKTV PLUS
0:00 / 0:00
'আলহী হৈ আহিম এদিন তোমাক চাবলৈ...'
14 205 просмотров · 1 год назад
NKTV PLUS
831 тыс. подписчиков
14 205 просмотров · 1 год назад
'আলহী হৈ আহিম এদিন তোমাক চাবলৈ...'
'পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে...'
জুবিন গাৰ্গে গাইছিলহে, লিখিছিল কোনে?
দুটা দশকেও এই গীতবোৰ পাহৰা নাই আপুনি, আমি জানো
সেয়ে গীতবোৰৰ স্ৰষ্টাক আমি বিচাৰিছোঁ, তেওঁ শোণিত গগৈ
ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি তেওঁ কেৱল লিখি গৈছে
সৌ তেতিয়াৰ পৰা এতিয়ালৈ
আজিও তেওঁৰ কলমত ওলায় 'মৈতা বগাই বেলিটো..'
এনে মানুহক আমি বিচাৰিব লাগে, কথা পাতিব লাগে
উদ্দীপ্ত নেওগৰ সৈতে 'বাটে-ঘাটে'
আজিৰ অতিথি শোণিত গগৈ
#sunitgogoi #assamesesong #assamesevideo #lyricists