ধিঙত কংগ্ৰেছৰহে ভোট বেছি আছে বুলি প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ...
Pratidin Time
0:00 / 0:00
ধিঙত কংগ্ৰেছৰহে ভোট বেছি আছে বুলি প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ...
1 874 просмотра · 23 часа назад
Pratidin Time
2,66 млн подписчиков
1 874 просмотра · 23 часа назад
নগাঁও উপ-নিৰ্বাচনক লৈ বিৰোধীৰ ৰণকৌশল। বিৰোধীৰ নেতাৰে বৈঠক কংগ্ৰেছৰ তত্বাৱধায়ক ভূপেশ বাঘেলৰ। বৈঠকৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। ধিঙত কংগ্ৰেছৰহে ভোট বেছি আছে বুলি প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। চৰকাৰৰ শেহতীয়া কাৰ্যকলাপক লৈ তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ।
#PratidinTime #AssamNews #GauravGogoi #Congress