"জোনাকী যুগ"(Junaki Jug)An Assamese Official song by:- Abhi Kayshap Sarmah and Kinjal Karnch Deka.
Abhi krishna flute player
0:00 / 0:00
"জোনাকী যুগ"(Junaki Jug)An Assamese Official song by:- Abhi Kayshap Sarmah and Kinjal Karnch Deka.
1 098 просмотров · 8 дней назад
Abhi krishna flute player
12,6 тыс. подписчиков
1 098 просмотров · 8 дней назад
"জোনাকী যুগ"(Junaki Jug)An Assamese Official song by:- Abhi Kayshap Sarmah and Kinjal Karnch Deka.
-This Song is Dedicated to our School Jonaki Sangha Vidyalay for describing our unforgettable 12 years Journey With Thousands of memories🤍In the Last Teacher's Day celebration of us we gifted this song to our Respected Teachers by singing this song with all my classmates.
This song will remind us every moment of our Journey and This song will forever keep the memories of our final gathering alive and vibrant✨❤️
Vocals : All students of Class 10th(Batch 2015 - 2027)
Lyrics:- Abhi Kayshap Sarmah and Kinjal Karnch Deka
Composed by :- Abhi Kayshap and Kinjal Karnch Deka
Melody:- Abhi Kayshap Sarmah
Special Thanks to :- Anindita Kaushik, Rajnandini Dutta, Indira Devi ( Ma’am) and All the students of Class 10th( Batch 2015-2027)
Clapbox :-Abhilash Goutam and Mousum Borah
Electric Guitar:- Tanwir Alom
Acoustic Guitar:- Ankur Madhab Borah
Flute :- Abhi Kayshap Sarmah
Lyrics:- "জোনাকী যুগ"
12 বছৰীয়া জোনাকীৰ যাত্রা আমাৰ
লগৰ-সমনীয়াৰ এইয়া শেষ বিদায়
পোহৰ বিলাও বুলি জোনাকী পৰুৱা আমি
আশাৰে চাকিটি জ্বলাইছো আমি-মিলি
সাধনাৰে এই মন্দিৰ এইয়া আমাৰ প্ৰগতি
সোণোৱালী ৰঙে লিখা আমাৰ জোনাকী
জাক জাক জোনাকীৰ মন
আমি জাক জাক জোনাকীৰ মন
উৰি ফুৰা জোনাকীৰ মন,
আমি জাক-জাক জোনাকীৰ মন
১২ বছৰীয়া মধুময় যাত্রা এইয়া
জোনাকী যুগৰে সোণালী সুবাস
সেৱাৰ সঁফুৰা লৈ আগবাঢ়ো জীৱনৰ বাটত
আকৌ জীয়াও আমি জোনাকী যুগত
সাধনাৰে এই মন্দিৰ এইয়া আমাৰ প্ৰগতি
সোণোৱালী ৰঙে লিখা আমাৰ জোনাকী
শৈশৱ কালৰে জোনাকীৰ দিনবোৰে
স্মৃতি হৈ জীৰালে আমাৰ বু্কতে
আকৌ পাম জানো পাৰ হোৱা সেই সময়
মনে বিচাৰে জোনাকীৰ দিনবোৰক
হাঁহি- ধেমালী কৰা সেই দুষ্টালি
বন্ধুৰে লগত কৰা সেই খেলি- মেলি
স্মৃতি হৈ ৰ'ব সোণালী সেই দিন
আকৌ যে নাপাও আমি বিচাৰি
সাধনাৰে এই মন্দিৰ এইয়া আমাৰ প্ৰগতি
সোণোৱালী ৰঙে লিখা আমাৰ জোনাকী
বিদ্যাৰ এই ভূমি চিৰদিন হয় ৰঙীণ
কণ কণ পাখি মেলি পোহৰ বিলাও আমি
এৰি যাবৰে হ'ল জোনাকীৰ এই জীৱন
আকৌ ঘূৰাই নাপাও সোণালী দিনবোৰক
শৈশৱৰ আমাৰে ঘৰখনি
এৰি যাবৰে সময় হ'ল আজি,
আকৌ যে নাহো আমি উভতি
তথাপিও আজীৱন আমি জোনাকীৰ....
সাধনাৰে এই মন্দিৰ এইয়া আমাৰ প্ৰগতি
সোণোৱালী ৰঙে লিখা আমাৰ জোনাকী
জাক জাক জোনাকীৰ মন
আমি জাক জাক জোনাকীৰ মন
উৰি ফুৰা জোনাকীৰ মন,
আমি জাক-জাক জোনাকীৰ মন....