নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ মাৰাথন প্ৰচাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Pratidin Time
0:00 / 0:00
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ মাৰাথন প্ৰচাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
3 179 просмотров · 20 часов назад
Pratidin Time
2,67 млн подписчиков
3 179 просмотров · 20 часов назад
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ মাৰাথন প্ৰচাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ লগতে মিত্ৰদলৰ নেতাক লগত লৈ নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজলৈ ভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগে লগে সাংসদ ৰকিবুল হুছেইন আৰু বিৰোধী পক্ষক চোকা সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আৰু প্ৰচাৰ সভাৰ পৰাই মুখ্যমন্ত্ৰীৰ দাবী-- নগাঁৱত আঢ়ৈৰ পৰা তিনি লাখ ভোটত জয়ী হ’ব বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা।
#Pratidintime #Nagaon #assam