২০০ ঘণ্টা অতিক্রম কৰিলে বিধায়ক অখিল গগৈৰ সত্যাগ্রহ প্রতিবাদ
Pratidin Time
0:00 / 0:00
২০০ ঘণ্টা অতিক্রম কৰিলে বিধায়ক অখিল গগৈৰ সত্যাগ্রহ প্রতিবাদ
3 561 просмотр · 12 часов назад
Pratidin Time
2,67 млн подписчиков
3 561 просмотр · 12 часов назад
২০০ ঘণ্টা অতিক্রম কৰিলে বিধায়ক অখিল গগৈৰ সত্যাগ্রহ প্রতিবাদ। সত্যাগ্ৰহস্থলীত উপস্থিত অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ২ অক্টোবৰৰ পৰা ৮টা দিন অতিক্রমৰ পিছতো চৰকাৰে গুৰুত্ব নিদিয়াত ক্ষোভ। এয়া কেৱল অখিল গগৈৰ প্রতি অপমান নহয়, সমগ্র বানপীড়িত ৰাইজক চৰকাৰে কৰিছে অৱমাননাঃ অখিল গগৈ
#PratidinTime #AssamNews #assam #AkhilGogoi