Перейти к содержимому

পানী নোহোৱাকৈ হাঁহ পালনৰ সম্পূৰ্ণ তথ্য | Duck Farming A to Z Guide in Assamese

Mn 21 Vlogs

0:00 / 0:00

পানী নোহোৱাকৈ হাঁহ পালনৰ সম্পূৰ্ণ তথ্য | Duck Farming A to Z Guide in Assamese

1 442 просмотра · 3 дня назад
Mn 21 Vlogs
49,2 тыс. подписчиков
1 442 просмотра · 3 дня назад
পানী নোহোৱাকৈ হাঁহ পালনৰ সম্পূৰ্ণ তথ্য | Duck Farming A to Z Guide in Assamese #DuckFarmingAssam #AssameseBusinessIdeas #HahPalon #LowInvestmentBusiness #DuckFarmingWithoutWater #PoultryFarmingAssam #AssameseVideo #mn21vlogs Join Telegram 👉 https://t.me/Mn21Tech নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেকৈ আপুনি পুখুৰী বা পানী নোহোৱাকৈ ঘৰতে হাঁহ পালন কৰিব পাৰে। যিসকলৰ ঘৰৰ ওচৰত পানীৰ সুবিধা নাই, তেওঁলোকেও এই ভিডিঅ'টো চাই কম খৰচত হাঁহ পালনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। ইয়াত A to Z সকলো তথ্য দিয়া হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পালে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব! চেনেলটোত নতুন হ'লে Subscribe নিশ্চয় কৰিব। ধন্যবাদ! 🔴 About This Video আজিৰ ভিডিঅ'ত কি কি শিকিব: পানী নোহোৱাকৈ হাঁহ পালন কেনেকৈ কৰিব? হাঁহবোৰ বিক্ৰীৰ উপযোগী হ'বলৈ কিমান দিন লাগিব? পানী নোহোৱাকৈ হাঁহ পুহিলে কি কি বেমাৰ বা Problem হ'ব পাৰে আৰু তাৰ সমাধান কি? হাঁহৰ দানা কেনেকৈ দিব লাগে? কম খৰচত বেছি লাভ (Low Invest High Profit) কেনেকৈ কৰিব পাৰি? 👇 Your Queries Duck farming in Assam Pani nohowakoi hah palon Duck farming without water Assamese business ideas Low investment high profit business in Assam Hah palon kenekoi kore Poultry farming Assam Duck farming A to Z guide হাঁহ পালনৰ সহজ উপায় Business Email: [djnath.4u@gmail.com] Don't forget to LIKE, COMMENT, SHARE & SUBSCRIBE!