Перейти к содержимому

প্ৰিয়ম্বদা পেটেলৰ সৈতে কিয় বিচ্ছেদ হৈছিল ভূপেন হাজৰিকাৰ?

NKTV PLUS

0:00 / 0:00

প্ৰিয়ম্বদা পেটেলৰ সৈতে কিয় বিচ্ছেদ হৈছিল ভূপেন হাজৰিকাৰ?

130 408 просмотров · 11 месяцев назад
NKTV PLUS
831 тыс. подписчиков
130 408 просмотров · 11 месяцев назад
প্ৰিয়ম্বদা পেটেলৰ সৈতে কিয় বিচ্ছেদ হৈছিল ভূপেন হাজৰিকাৰ? লতা মংগেশকাৰৰ বাবেই সংসাৰ ভাঙিছিল নেকি ‘সুধাকণ্ঠ’ৰ ? লতা মংগেশকাৰ-ভূপেনদাৰ মাজত গভীৰ প্ৰেম আছিল নেকি? বন্দনা বৰুৱাৰ সৈতে কিয় বিয়া নহ’ল ভূপেনদাৰ? কল্পনা লাজমীক লৈ অসন্তুষ্ট আছিল নেকি ‘হাজৰিকা পৰিয়াল’? প্ৰিয় ভগ্নীৰ দৃষ্টিত ভূপেনদা নে ৰাণাদা শ্ৰেষ্ঠ ? ‘ৰুবী হাজৰিকা’ কেনেকৈ ‘স্তুতি পেটেল’ হৈছিল? ৰুবী হাজৰিকা কেনেকৈ বৌৱেক প্ৰিয়মৰ ভাই বোৱাৰী হৈছিল? বিবাহৰ পিছত কিয় উগাণ্ডা এৰিবলগা হৈছিল পেটেল পৰিয়ালে? ইডি আমিনে কেনেকৈ দখল কৰিছিল পেটেল পৰিয়ালৰ বাসগৃহ? মৃত্যুৰ পূৰ্বে ভূপেনদাই কি কি কৈছিল প্ৰিয় ভগ্নী ৰুবীক ? আজি সকলো ক’ব কানাডা নিৱাসী ভগ্নী স্তুতি পেটেলে বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘মই স্তুতি পেটেলে কৈছোঁ’