Kodombor Tole Shyam Nase|Sushmita Trisha Das| Hemanta Gogoi| Dihanam |New Assamese Devotional song
Sushmita Trisha
0:00 / 0:00
Kodombor Tole Shyam Nase|Sushmita Trisha Das| Hemanta Gogoi| Dihanam |New Assamese Devotional song
2 004 809 просмотров · 2 г. назад
Sushmita Trisha
26,5 тыс. подписчиков
2 004 809 просмотров · 2 г. назад
Kodombor Tole Shyam Nase| Sushmita Trisha Das| Hemanta Gogoi| Parag Bora| New Assamese Devotional song
কণ্ঠশিল্পী:- সুস্মিতা তৃষা দাস
কথা / সুৰ :- হেমন্ত গগৈ
সংগীত/ শব্দ সংমিশ্ৰণ :- পৰাগ বৰা
সহ কণ্ঠশিল্পী:- নীহাৰিকা দত্ত
সংগীত বাণীবদ্ধ:- ৰামধেনু ষ্টুডিঅ' ( তিনিচুকীয়া)
বাদ্য যন্ত্ৰ
খোল :- হেমন্ত গগৈ, উজ্জল দাস
নেগেৰা, তাল :- হেমন্ত গগৈ
দোতোৰা:- যোগেন গগৈ
বাঁহী:- বিতুল দুৱৰী
প'ষ্টাৰ ডিজাইন:- ধ্ৰুৱজ্যোতি দাস
ভিডিঅ'
অভিনয়ত :- সোনেশ্বৰ বড়া, পিংকু , হেমন্ত গগৈ, উজ্জ্বল দাস, ৰুণিত দাস, জুবি গগৈ, কুঁহি দাস, জিন্টুমনি নেওঁগ, অৰিস্মৃতা দাস, লখিপ্ৰীয়া গগৈ, নিকিতা দাস, তাৰনিকা গগৈ, ইশ্বিকা দাস, বিনিশা দাস, অৰ্পিতা দাস।
ৰূপসজ্জা :- শিল্পী দাস
ভিডিঅ' নিৰ্দেশনা:- ধ্ৰুৱজ্যোতি দাস
অশেষ কৃতজ্ঞতা :-
দহোতীয়াচুক বৰ নামঘৰৰ পৰিচালনা সমিতি আৰু গোপিনীসকল , মা , দেউতা ।
অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব:- ৭০০২৪৯৬০৭৮/ 7002496078 🤙
প্ৰভু শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে অতি হেঁপাহেৰে এটি দিহানাম গাবলৈ প্ৰয়াস কৰিছিলো।
প্ৰভুৰ মহিমাৰ অপাৰ নাই, গতিকে প্ৰভুৰ মহিমাৰ কিছু অংশ দিহানাম ৰূপে গাবলৈ প্ৰয়াস কৰিছোঁ।
আপোনাসৱৰ আশীৰ্বাদ বিচাৰি আজি গীতটি মুক্তি দিয়া হ'ল।
শুনিব চোন
সকলোৱে শ্বেয়াৰ এটা কৰি মৰম দিব বুলি আশা ৰাখিলোঁ। 🤗