Перейти к содержимому

পানী পৰা খেৰৰ ঘৰত ডাঙৰ হৈছিলোঁ...আবেগিক লাভলীনা বৰগোহাঁই

NKTV PLUS

0:00 / 0:00

পানী পৰা খেৰৰ ঘৰত ডাঙৰ হৈছিলোঁ...আবেগিক লাভলীনা বৰগোহাঁই

15 242 просмотра · 11 часов назад
NKTV PLUS
831 тыс. подписчиков
15 242 просмотра · 11 часов назад
▶️পানী পৰা খেৰৰ ঘৰত ডাঙৰ হৈছিলোঁ। মায়ে সদায়ে কৈছিল ডাঙৰ হৈ কিবা এটা কৰিব লাগিব। এছিয়ান গেমছত পদক লাভৰ পিছত মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিল। কমনৱেলথ গেমছত পদক লাভৰ পিছত সকলো মেডেলপ্ৰাপ্তিৰ চক্ৰটো সম্পূৰ্ণ হ'ল, এতিয়া মোৰ হেৰুৱাব লগীয়া একো নাই....লাভলীনাৰ জয়ৰ গুপুত মন্ত্ৰ কি? কিমান ত্যাগ-একাগ্ৰতাৰ বলত আজিৰ পৰ্যায়ত উপনীত হ'ল লাভলীনা বৰগোহাঁই? লাভলীনাৰ ভৱিষ্যতৰ সপোন কি? সৰুপথাৰ-অসমক লৈ কি ভাবে বক্সাৰগৰাকীয়ে? বিধায়ক বিশ্বজিত ফুকনৰ সৈতে স্বৰ্ণকন্যা লাভলীনাৰ মনৰ বতৰা।